30/04/2026
১০০ শতাংশ ফলাফলেৰে জিলিকিল পূৱ কলাইগাঁৱৰ ৰেডিএঞ্চ একাডেমী।
২২ গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত ১০ গৰাকী পৰীক্ষাৰ্থী ষ্টাৰ নম্বৰসহ কেইবা গৰাকী পৰীক্ষাৰ্থী প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে।যাক লৈ অঞ্চলজুৰি উৎফুল্লিত হোৱা পৰিলক্ষিত হৈছে।
゚