25/10/2025
#বনঘূগী ৰহমতীয়া কবৰস্থানৰ নামত চলাইছে ভয়ংকৰ দূৰ্নীতি।
#জোম ৰজাৰ পৰা কবৰস্থান উদ্ধাৰ কৰাৰ বাবে বৰভিঠা আৰক্ষী চকীত এজাহৰ দাখিল কৰো যুঁজ এখন হব✊
#মানুহ কিমান নিচ হ'লে কবৰস্থানক লৈ কৰিব পাৰে এনে দুৰ্নীতি।
সকলো বনঘূগী বাসী ৰাইজৰ সহায় সহযোগিতা কামনা কৰিলো